Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
कांग्रेस
मौत
बीजेपी
Congress
Modi
Delhi
Viral
Rajasthan
मध्यप्रदेश
Bollywood
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
Crimenews
Karnataka
Education
Rss

ৰাজপথত বিপজ্জনক ষ্টাণ্ট কৰি সামাজিক মাধ্যমত ভাইৰেল হোৱা এজন যুৱক অৱশেষত লংকা আৰক্ষীৰ জালত পৰিল। কেইদিনমান পূৰ্বে এগৰাকী যুৱতীক বাইকৰ সন্মুখত বহুৱাই ৰাজপথত বিপজ্জনকভাৱে বাইক চলোৱাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈছিল। ঘটনাটোক কেন্দ্ৰ কৰি বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Hojai, Hojai | Jul 16, 2026