সাপেখাতী: নগাহাটত কছাৰী পৰা লাকিলি সংযোগী পথৰ আধাৰশিলা স্থাপন সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
লোক নিৰ্মাণ পথ বিভাগৰ অসমৰ২০২৩-২০২৪ বৰ্ষৰ MMPPNA আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া নগাহাত কছাৰী পৰা লাকিলি সংযোগী পথৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আধাৰশিলা স্থাপন কৰে। উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি Lakshmi Nath Tasa মণ্ডল বিজেপিৰ সভানেত্ৰী Purabi Gogoi আৰু জ্যেষ্ঠ আৰু দলীয় কাৰ্যকর্তা আৰু স্থানীয় ৰাইজ।