Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Cds
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সাপেখাতী: চৰাইপুঙত নগাহাট বৰ নামঘৰৰ উদ্যোগত চৰাইপুং অঞ্চলৰ ১২টা নামঘৰৰ সহযোগত অবিৰত ভাগৱত পাঠ-ব্যাখ্যা শুভাৰম্ভ

Sapekhati, Charaideo | Mar 11, 2024
অসম অৰুণাচল সীমান্তৰ নগাহাট বৰনাম গৃহৰ উদ্যোগত বৃহত্তৰ চৰাইপুং অঞ্চলৰ বাৰটা নাম ঘৰৰ সহযোগত অবিৰত ভাগৱত পাঠৰ আজি সোমবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হয়। এই উপলক্ষে পুৱা ঊষা কীৰ্তনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ গুৰি ধৰে হালোৱা গাৱৰ প্ৰবিত্ৰ গগৈয়ে । বৃক্ষৰোপন কৰে ক্ৰমে শিক্ষক পৰান আৰন্ধৰা,গড়কোষ গেজিং হাবি গাঁৱৰ লীলা গগৈ আৰু চৰাইপুঙৰ তুখেশ্বৰ কলিতাই। ধৰ্মধজ্জা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি প্ৰবিত্ৰ গগৈয়ে।