সাপেখাতী: চৰকাৰে কাম কৰিবলৈ সুবিধা দিছে : চৰাইদেউ ডাঙৰী কুমাৰ-টিয়কীয়া সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি বিধায়কৰ মন্তব্য
লোকনিৰ্মাণ পথ বিভাগৰ অসমৰ ২০২৩-২০২৪ বৰ্ষৰ এমএমপিপিএনএ আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া ডাঙৰী কুমাৰ-টিয়কীয়া সংযোগী পথৰ আধাৰশিলা স্থাপন কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মন্তব্য প্ৰদান কৰে।