সাপেখাতী: মিছাজান বৰ নামঘৰৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভা সম্পন্ন, সভাত আছু'ৰ চৰাইদেউ জিলাৰ উপদেষ্টা বিষ্ণুজ্যেতি বুঢ়াগোহাঁই অংশগ্ৰহণ
মিছাজান বৰ নামঘৰৰ উদ্যোগত আজি সোমবাৰে আবেলি চাৰি বজাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।এই উপলক্ষে আছু'ৰ চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা বিষ্ণু জ্যোতি বুঢ়াগোহাঁই পৌৰোহিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে গাওঁ প্ৰধান মিল্টন গগৈয়ে।সভাত সাংগঠনিক, আধ্যাত্মিক দিশৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।