Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

মাহমৰা: মাহমৰা বগৰীগুৰি চাপৰি বনভোজস্থলীত অনুষ্ঠিত আলোচনা চক্ৰত মাহমৰা উন্নয়ণ খণ্ড বিষয়া উৎপল গগৈৰ অংশগ্ৰহণ

Mahmora, Charaideo | Feb 21, 2024
মাহমৰা সমষ্টিৰ বগৰীগুৰি চাপৰি বনভোজস্থলীত বগৰীগুৰি চাপৰি উন্নয়ণ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান আৰু প্ৰীতি ভোজ অনুষ্ঠিত । বিভিন্ন ধৰনৰ খেল-ধেমালিৰ লগতে বগৰীগুৰি চাপৰি বনভোজস্থলীক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত হয় আলোচনা চক্ৰ । কাৰ্যসূচীত মাহমৰা উন্নয়ণ খণ্ড বিষয়া উৎপল গগৈ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

MORE NEWS