Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

মাহমৰা: মাতৃভাষা দিৱস উপলক্ষে যোৰহাটৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ছাত্ৰৰ চাইকেল ৰেলী, মৰাণহাটত সম্বৰ্দ্ধনা বীৰ লাচিত সেনাৰ

Mahmora, Charaideo | Feb 21, 2024
আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে যোৰহাটৰ ম'হবন্ধা চাহ বাগিচাৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ এক সজাপতামূলক চাইকেল যাত্ৰা কৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ ধৰ্মেশ্বৰ ৰবিদাসে ৷ বিয়লি মৰাণহাটত উপস্থিত হোৱা ছাত্ৰজনক সম্বৰ্দ্ধনা জ্ঞাপন কৰে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মোহিনী মোহন লিগিৰাই ৷ অসমীয়া ভাষা সংৰক্ষণ আৰু সুৰক্ষাৰ উদ্দেশ্য আগত ৰাখি যোৰহাটৰ ম'হবন্ধা চাহ বাগিচাৰ পৰা চাইকেল চলাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যাত্ৰা সমাপ্ত কৰিব ছাত্ৰজনে ৷

MORE NEWS