Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

মাহমৰা: মৰাণহাটত লোকসভা নিৰ্বাচন ২৪ৰ পূৰ্বে জনজাতিকৰণকে ধৰি বিভিন্ন দাবী পূৰণ নকৰিলে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ আছাৰ

Mahmora, Charaideo | Feb 22, 2024
আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা, মাটিৰ পট্টা প্ৰদান কৰা, CASTE CERTIFICATE কৰাৰ দাবী আছাৰ । এই দাবী শীঘ্ৰে পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনৰ পুৰ্বে জংগী আন্দোলন গঢ়ি তোলাৰ মৰাণহাটত হুংকাৰ প্ৰদান কৰে আছাৰ জিলা সমিতিৰ সহ সম্পাদক খ্ৰীষ্টপ্যাৰা আইন্দে ।