বাক্সা: অঞ্চলীত কাইলৈ অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্রীৰ বিজয় সংকল্প সভা পৰিদৰ্শন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ
Baska, Baksa | Aug 9, 2025 বাক্সা জিলাৰ অঞ্চলীত কাইলৈ অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সভা আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে। মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আজি সভাস্থলী পৰিদৰ্শন কৰি বুজ লোৱা পৰিলক্ষিত হয়। মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ লগত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আদি উপস্থিত থাকে।