সোণাৰি: ৰহদৈ পুখুৰীত ৰমণী গাঁও পঞ্চায়তৰ চেংধৰা গাঁওত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহন বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ৷
চৰাইদেউ জিলাৰ ৰহদৈ পুখুৰীত ৰমনী গাওঁ পঞ্চায়তৰ চেংধৰা গাওঁ, শিমলুগুৰি টাউনৰ ৩নং ৱাৰ্ডত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ নিৰ্বাচনী সভাত অংশ গ্ৰহন ৷উপস্থিত থাকে শিৱসাগৰ জিলা বিজেপি দলৰ সভাপতি ময়ুৰ বৰগোঁহাই আৰু বিজেপি দলৰ কাৰ্যকৰ্তা উপস্থিত থাকে ৷