Public App Logo
Jansamasya
Heatwave
News
Bjp
National
Police
Bihar
कांग्रेस
मौत
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी
Crimenews

ওদালগুৰি: মাজবাটৰ দুদেমপুৰী গাওঁত ১১০ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ।এজনক গাঞ্জা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন

Udalguri, Udalguri | Nov 22, 2025
ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী আৰু এছ এছ বিৰ জুটিয়া অভিযানত পুনৰ গাঞ্জা জব্দ | অভিযানত ১১০ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে ।| মাজবাট আৰক্ষী আৰু লালপুলস্থ ২৩ নম্বৰ এছ এছ বিৰ গোপন অভিযানত মাজবাট থানা এলেকাৰ নিজৰাৰ চুদেমপুৰী গাওঁৰ পৰা জব্দ হয় গাঞ্জাখিনি।‌ গাঞ্জা ব্যৱসায়িৰ লগত জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে। আটকধীন লোক জনে অৰুণাচল প্ৰদেশৰ পৰা গাঞ্জা আনি থকা অৱস্থাত গাঞ্জা সহ আটক কৰে আৰক্ষী আৰু এছ এছ বিৰ জোৱান সকলে।
ওদালগুৰি: মাজবাটৰ দুদেমপুৰী গাওঁত ১১০ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ।এজনক গাঞ্জা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন - Udalguri News