পূৰ্বে অবৈধ দখলৰ জাননী, এতিয়া ভূমি উপহাৰ! একে ভূমি, দুটা পৃথক সিদ্ধান্ত—বিজেপিশাসিত গুজৰাট চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন। তৃণমূলৰ সাংসদ ইউছুফ পাঠানৰ বাবে গুজৰাট চৰকাৰৰ বিশেষ সুবিধা কিয়? ‘দিদি’ৰ হাত এৰাৰ পুৰষ্কাৰ পালে প্ৰাক্তন ক্ৰিকেটাৰ ইউচুফ পাঠানে। গুজৰাট চৰকাৰে ইউচুফ পাঠানক বিনামূলীয়াকৈ উপহাৰ দিলে ৫০০ বৰ্গমিটাৰ মাটি। ৰাজনীতিৰ পথ সলনি হোৱাৰ লগে-লগে সলনি হ’ল নেকি চৰকাৰী ভূমি আবণ্টনৰ সিদ্ধান্ত?
Assam, India | Oct 21, 2026