Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

সাপেখাতী: সোণালী পঞ্চায়তৰ ৩৪ নং বুথত তপন কুমাৰ গগৈক জয়ী কৰিবলৈ মহিলা মৰ্চাই চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Sapekhati, Charaideo | Apr 11, 2024
সোণালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩৪নং বুথ লাওজানত বৰহাট মণ্ডল মহিলা মৰ্চাই বৃহস্পতি বাৰে এক বজাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰিবলৈ দিনে-ৰাতিয়ে পঞ্চায়ত সমূহত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।সভাত বৰহাট মণ্ডল,মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈ , বুথ সভাপতি গুণকান্ত গগৈ, পভাৰী অনিতা দাস বুঢ়াগোহাঁই,ৰীতা হেমৰমে অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে।