Public App Logo
Jansamasya
Heatwave
News
Bjp
National
Police
Bihar
कांग्रेस
मौत
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी
Crimenews

ওদালগুৰি: মাজবাটৰ নাহৰবাৰীত দুখীয়া পৰিয়ালৰ গৃহত জুই । জুইত পুৰি চাৰখাৰ বহু মুল্যবান নথি-পত্ৰ

Udalguri, Udalguri | Nov 27, 2025
ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ এলেকাৰ ২ নম্বৰ নাহৰবাৰী এটি দুখীয়া পৰিয়ালৰ বাসগৃহত জুই । বহু মুল্যবান নথি-পত্ৰ জুইত জ্বলি-পুৰি ছাই হয়। জানিব পৰা মতে ২ নম্বৰ নাহৰবাৰী গাওঁৰ ছন্ত খাউনৰ গৃহত দুপৰীয়া হঠাতে জুই লাগে‌। জুইত দুখীয়া পৰিয়ালটোৰ বাচন বৰ্তনকে ধৰি বহু মুল্যবান নথি-পত্ৰ জুইত পুৰি যায়। নথি-পত্ৰ সমুহ হল জন্মৰ প্ৰমাণ পত্ৰ,ইউকো বেংকৰ পাচবুক ,ভোটাৰ কাৰ্ড,আধাৰ কাৰ্ড,পান কাৰ্ড,ৰেচন কাৰ্ড আদিৰ লগতে বিছনা ,লেপ,তুলি,বাচন বৰ্তন আদি ।