বাক্সা: অঞ্চলীৰ বাদুলীপাৰাত বিজেপিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ
Baska, Baksa | Aug 10, 2025 বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ অঞ্চলীৰ বাদুলীপাৰাত আজি ককলাবাৰী আৰু শালবাৰী পৰিষদীয় সমষ্টিক সামৰি অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰা পৰিলক্ষিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই সভাত অংশগ্রহণ কৰি বিটিচিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায়।