সাপেখাতী: লেফেৰাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈহৈ নীৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
লেফেৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।আজি বৃহস্পতি বাৰে চাৰিটা বজাত লেফেৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ শাসনকালত ৰূপায়িত হোৱা উন্নয়নমূলক আঁচনিৰ বিষয়ে ভাষণ আগবঢ়ায়। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তপন কুমাৰ গগৈক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়।