বাক্সা জিলাৰ ভলুকামুৰীত আজি কৃষ্ণগুৰু সেৱাশ্রমত ভক্ত সকলৰ সৈতে মত বিনিময় কৰে বৰমাৰ বিধায়ক ভূপেন বড়োৱে ।বিধায়ক ভূপেন বড়োৱে আজি কৃষ্ণগুৰু সেৱাশ্রমৰ ভক্ত সকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ভিন্ন সমস্যাৰ বুজ লোৱা পৰিলক্ষিত হয়। বিধায়ক ভূপেন বড়োক আজি কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে সংগ দিয়ে।