Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi

ওদালগুৰি: ওৰাং লক্ষী মন্দিৰ প্ৰাংগনত আটছা ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্নৰ মৃত্যু তিথিত শ্ৰূদ্ধাঞ্জলি অনুষ্ঠান

Udalguri, Udalguri | Nov 21, 2025
ওদালগুৰি জিলাৰ ৪৭ নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ওৰাঙত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্নদেৱৰ ৩১ সংখ্যক মৃত্যু বাৰ্ষিকী তিথিতৰ এই পবিত্ৰ মূহুৰ্তত তেখেতলৈ গভীৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছে ওদালগুৰি জিলাৰ আটছাৰ মাজবাট শাখাই । সন্তোষ কুমাৰ তপ্নদেৱৰ আদৰ্শই আমাক সদায়ে সমাজৰ বাবে দায়িত্ববোধৰ অনুপ্ৰেৰণা যোগাই থাকিব বুলি আটছা মাজবাট শাখাই প্ৰকাশ কৰিছে ৷

MORE NEWS