Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
कांग्रेस
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
तेजस्वी_यादव
शादी
Crimenews
Kolkata

সোৱণশিৰি ভাগ: চাকুলি বিলত পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ, অঞ্চলজুৰি চাঞ্চল্য

লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানা অন্তৰ্গত চাকুলি বিলত শনিবাৰে পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ উদ্ধাৰ। মৃত লোক জনৰ ঘৰ ৰূপহী গাওঁৰ ৰঞ্জন সিংহ বুলি চিনাক্ত হৈছে। বৃহস্পতি বাৰৰ দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত ব্যক্তি জন। মৃত ব্যক্তি জন উদ্ধাৰ সময়ত হাতৰ মুঠিত এখন মাছ ধৰা লাঙি জাল উদ্ধাৰ হয়। বিলত জাল পাতিবলৈ গৈ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ইতিমধ্যে ঘিলামৰা আৰক্ষীয়ে মৃতদেহটো মৰোণওৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

MORE NEWS

সোৱণশিৰি ভাগ: চাকুলি বিলত পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ, অঞ্চলজুৰি চাঞ্চল্য - Subansiri Part News