সোণাৰি: সোণাৰিত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হʼবলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ লʼলে বিজেপি জিলা সম্পাদকে
অহাকালি ইং ০১/০৪/২০২৪ তাৰিখে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হবলগীয়া বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে আজি বিভিন্ন পঞ্চায়তত বিজেপি দলৰ কাৰ্যকৰ্তাৰ সৈতে মতবিনিময় কৰে বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদকে ।