সোণাৰি: চৰাইদেউৰ বৰহাটত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
আজি বৰহাট মণ্ডলৰ অন্তৰ্গত ৫১ নং বুথত বুথৰ সভাপতি বিতুপন গগৈ ডাঙৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত সভাত অংশগ্ৰহণ কৰে বিধায়কে । কেন্দ্ৰত মোদীৰ হাত শক্তিশালী কৰাৰ উদ্দেশ্যে ৫১ নং বুথৰ সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয় যুক্ত কৰিবলৈ সংকল্প গ্ৰহণ কৰা বাবে ৰাইজক বিধায়কৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয় ।