Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

শিৱসাগৰ: আলফা কেডাৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত শিৱসাগৰত জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ সংবাদ মেল সম্বোধন

Sibsagar, Sivasagar | May 6, 2026

MORE NEWS

মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা, শিৱসাগৰত বানাক্ৰান্তৰ মাজত থিয় দি নিজ হাতেৰে দিছে উন্নত মানৰ সামগ্ৰীৰে খাদ্যৰ টোপোলা দিছে বানাক্ৰান্ত সকলক

প্ৰথম অৱস্থাত সাত হাজাৰ মানুহৰ মাজত বিতৰণ কৰিব 

প্ৰয়োজন হ'লে আৰু সহায়ৰ হাত আগবঢ়ায় যাব 

কোটি টকাৰ অনুদান বানাক্ৰান্তৰ বাবে বিধায়ক বদৰুদ্দিন আজমলৰ 
#everyonefollowers #highlightseveryone #highlight 
#AjmalFoundation #assamese

মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা, শিৱসাগৰত বানাক্ৰান্তৰ মাজত থিয় দি নিজ হাতেৰে দিছে উন্নত মানৰ সামগ্ৰীৰে খাদ্যৰ টোপোলা দিছে বানাক্ৰান্ত সকলক প্ৰথম অৱস্থাত সাত হাজাৰ মানুহৰ মাজত বিতৰণ কৰিব প্ৰয়োজন হ'লে আৰু সহায়ৰ হাত আগবঢ়ায় যাব কোটি টকাৰ অনুদান বানাক্ৰান্তৰ বাবে বিধায়ক বদৰুদ্দিন আজমলৰ #everyonefollowers #highlightseveryone #highlight #AjmalFoundation #assamese

Sibsagar, Sivasagar | Jul 29, 2026

খেলুৱা পঞ্চায়তৰ অন্তৰ্গত ভা ধৰা নিগমত জনপ্ৰিয় কণ্ঠ শিল্পী দীপলিনা ডেকাৰ খিচিৰি বিতৰণ লগতে একেলগে সকলোৰে লগতে আহাৰ গ্ৰহণ 
#everyone's #hilight

খেলুৱা পঞ্চায়তৰ অন্তৰ্গত ভা ধৰা নিগমত জনপ্ৰিয় কণ্ঠ শিল্পী দীপলিনা ডেকাৰ খিচিৰি বিতৰণ লগতে একেলগে সকলোৰে লগতে আহাৰ গ্ৰহণ #everyone's #hilight

Sibsagar, Sivasagar | Jul 29, 2026

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰী 
#everyonefollowers #highlightseveryone #highlight #followerseveryone #flood

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰী #everyonefollowers #highlightseveryone #highlight #followerseveryone #flood

Sibsagar, Sivasagar | Jul 29, 2026

বানপীড়িত সমষ্টিৰ প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ অনুদান দিয়াৰ দাবী 

বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী 

উজনি অসমৰ বানাক্ৰান্ত জিলালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজিৰ দাবী

এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত সৰৱ শিৱসাগৰত বিধায়ক অখিল গগৈ

বিধায়ক গৰাকীৰ এই দাবীত যদি আপুনি সহমত তেতিয়া হ'লে শ্বেয়াৰ কৰক এই বাৰ্তা 

##highlight #everyonehighlightsfollowers #CMOASSAM #PMOIndia

বানপীড়িত সমষ্টিৰ প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ অনুদান দিয়াৰ দাবী বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উজনি অসমৰ বানাক্ৰান্ত জিলালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজিৰ দাবী এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত সৰৱ শিৱসাগৰত বিধায়ক অখিল গগৈ বিধায়ক গৰাকীৰ এই দাবীত যদি আপুনি সহমত তেতিয়া হ'লে শ্বেয়াৰ কৰক এই বাৰ্তা ##highlight #everyonehighlightsfollowers #CMOASSAM #PMOIndia

Sibsagar, Sivasagar | Jul 29, 2026

শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই।

তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে।

#news #HelpAssam #flooddonation  #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp

শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে। #news #HelpAssam #flooddonation #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp

Sibsagar, Sivasagar | Jul 28, 2026

শিৱসাগৰ: আলফা কেডাৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত শিৱসাগৰত জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ সংবাদ মেল সম্বোধন - Sibsagar News