সাপেখাতী: চৰাইপুঙত আছুৰ উদ্যোগত কা'বলৱৎ কৰাৰ বিৰোধীতাত ক'লা পতাকা উত্তোলন
অসম অৰুণাচল সীমান্তৰ চৰাইপুং অঞ্চলৰ বিমলাপুৰ চাৰিআলিত আজি বৃস্পতিবাৰে প্ৰায় ১১ বাজি ২০ মিণিতত " কা" বলবৎ কৰাৰ বিৰুধীতা কৰি সদৌ অসম ছাত্ৰ সন্ত্ৰা চৰাইপুং আঞ্চলিক সমিতি, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি তথা গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ কাৰী সকলে "বিজেপি গ'বেক," "কা' আমাক নালাগে", "কা আমি নামানো," আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।