সাপেখাতী: সাপেখাতীত এছু'ৰ উদ্যোগত বাহা সন্মিলনৰ সভা, উপস্থিত চাওঁতাল ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক
সাপেখাতীত এছু'ৰ উদ্যোগত বাহা সন্মিলনৰ সভা, উপস্থিত চাওঁতাল ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক। সদৌ চাওঁতাল সন্থা উদ্যোগত চৰাইদেউ জিলাৰ চাওঁতালি বিভিন্ন দল সংগঠনৰ সহযোগত চৰাইদেউ জিলা ভিত্তিত বাহা সন্মিলন সন্দৰ্ভত অনুষ্ঠিত সভাত এছু কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰবীন টুডু, মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক স্বপন হেমৰম, এছু চৰাইদেউ জিলাৰ সাধাৰণ সম্পাদক জান মাৰ্ডিকে প্ৰমুখ্যে কৰি কেইবাজনো লোকে অংশগ্ৰহণ কৰে।