সোণাৰি: বৰহাটৰ কছাৰীপথাৰত বেনডেড ক্ৰেইট সাপ উদ্ধাৰ, বৰহাট আঞ্চলিক বন কাৰ্যালয়ত চমজাই দিয়ে প্ৰকৃতিপ্ৰেমী অজয় এক্কাই
সোণাৰিৰ চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কছাৰীপথাৰ গাঁৱৰ নিবাসী বনু গড়ৰ ঘৰত বেনডিট কাইট নামৰ এটা সাপ মঙ্গলবাৰে ১০বজাত প্ৰকৃতিপ্ৰেমী অজয় এক্কা নামৰ লোক জনে ধৰি আনি বৰহাট আঞ্চলিক বন কাৰ্যালয়ত চমজাই দিয়ে।উল্লেখ্য যে অজয় এক্কা নামৰ প্ৰকৃতিপ্ৰেমী লোক জনে সাপৰ খবৰ পালেই ধৰি আনি বন বিভাগক চমজাই দিয়ে।