Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी
No video available

শিৱসাগৰ: বাহনৰ চকাত পাম্প দিয়া যন্ত্ৰৰ বিস্ফোৰণ ঘটি আহত হোৱা ব্যক্তিজনে অৱশেষত কৰুণ মৃত্যুক সাৱটি লয়,সিংহদুৱাৰত শোকাকুল পৰিবেশ

Sibsagar, Sivasagar | Jul 6, 2025
সিংহদুৱাৰত দেওবাৰে বাহনৰ চকাত পাম্প দিয়া যন্ত্ৰৰ বিস্ফোৰণ ঘটি আহত হোৱা ব্যক্তিজনে অৱশেষত দেওবাৰে কৰুণ মৃত্যুক সাৱটি লয়।সিংহদুৱাৰৰ বাসগৃহত দেওবাৰে নিশা শোকাকুল পৰিবেশে বিৰাজ কৰিছে।দেওবাৰে সিংহদুৱাৰৰ বৰমছজিদৰ কাষৰ এখন দোকানত বাহনৰ চকাত পাম্প দিয়া যন্ত্ৰৰৰ বিস্ফোৰণৰ ফলত সোণবা আলি নামৰ ব্যক্তিজনে বাহনৰ চকাত পাম্প দি থকাৰ সময়তে যন্ত্ৰৰ সৈতে সংলগ্ন চিলিণ্ডাৰ বিস্ফোৰিত হৈ ব্যক্তিজন গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ নি থকাৰ পথতে মৃত্যু হয় ।

MORE NEWS

🚨 FLOOD ALERT | SIVASAGAR 🌧️

A flood alert has been issued for areas along the Dikhow River as the river has already crossed the danger level and is expected to rise by more than 40 cm by tonight.

According to the latest flood forecast, the river may reach a level close to the highest water level recorded in 2024, increasing the risk of flooding in low-lying and riverbank areas.

⚠️ Residents are advised to:
• Avoid visiting the riverfront.
• Stay updated with official advisories.
• Be prepared for any emergency as continuous rainfall persists.

Several parts of Sivasagar are already facing waterlogging, and authorities are closely monitoring the situation.

Stay safe. Stay alert. 🙏

#Sivasagar #FloodAlert #DikhowRiver #AssamFloods #FloodUpdate #HeavyRain #StaySafe #Assam #BreakingNew

🚨 FLOOD ALERT | SIVASAGAR 🌧️ A flood alert has been issued for areas along the Dikhow River as the river has already crossed the danger level and is expected to rise by more than 40 cm by tonight. According to the latest flood forecast, the river may reach a level close to the highest water level recorded in 2024, increasing the risk of flooding in low-lying and riverbank areas. ⚠️ Residents are advised to: • Avoid visiting the riverfront. • Stay updated with official advisories. • Be prepared for any emergency as continuous rainfall persists. Several parts of Sivasagar are already facing waterlogging, and authorities are closely monitoring the situation. Stay safe. Stay alert. 🙏 #Sivasagar #FloodAlert #DikhowRiver #AssamFloods #FloodUpdate #HeavyRain #StaySafe #Assam #BreakingNew

Sibsagar, Sivasagar | Jul 19, 2026

শিৱসাগৰ চহৰৰ আদিত্য হাস্পতালৰ সমীপৰ এটা বহু মহলীয়া আৱাসিক ফ্লেট ভয়াবহ সংকটত পৰিছে। বহিঃদেৱালত ডাঙৰ ডাঙৰ ফাট আৰু প্লাষ্টাৰ খহি পৰা দৃশ্য পোহৰলৈ অহাৰ পিছতে অট্টালিকাটোৰ ভৱিষ্যত সম্পৰ্কে উদ্বেগৰ সৃষ্টি হৈছে। অট্টালিকাটোৰ বাহিৰৰ অংশত কেইবাঠাইত ফাট দেখা যোৱাৰ লগতে কিছুমান স্থানত প্লাষ্টাৰ খহি পৰা দেখা গৈছে।

 বৰ্তমান অট্টালিকাটোত  কেইবাটাও পৰিয়াল বসবাস কৰি আছে। এনে পৰিস্থিতিত আৱাসীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ অসম ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱাৰ বাবে এনে ফাট এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।

অট্টালিকাটোৰ ফাটসমূহ চিমেণ্টৰ জৰিয়তে ঢকাৰ প্ৰয়াস কৰা হৈছে যদিও অট্টালিকাটো এতিয়া অঞ্চলটোৰ বাবে এক আতংকৰ কাৰণ হৈ পৰিছে। অৱশ্যে এই ফাটসমূহ কেৱল বাহ্যিক প্লাষ্টাৰৰ নে মূল গাঁথনিৰ সৈতে জড়িত, সেই বিষয়ে এতিয়াও কোনো চৰকাৰী বা কাৰিকৰী প্ৰতিবেদন পোহৰলৈ অহা নাই।শিৱসাগৰ পৌৰ সভা আৰু নগৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ কাৰ্যালয়ৰ নিচেই সমীপতে থকা এই অট্টালিকা প্ৰকৃততে বাসপোযোগী হয় নে নহয় তাক লৈ এক প্ৰশ্ন চিন্হৰ উদ্ৰেক কৰিছে।

স্থানীয় সচেতন মহলে জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভা আৰু সংশ্লিষ্ট বিভাগক অতি সোনকালে অট্টালিকাটোৰ গাঁথনিগত নিৰাপত্তা পৰীক্ষা (Structural Safety Audit) কৰাই প্ৰকৃত অৱস্থা নিৰূপণ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা কিয় কৰা নাই সেই লৈ গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে।

#news #oursivsagar #sivasagar #followersreelsfypシ゚viralシfypシ゚viralシalシ

শিৱসাগৰ চহৰৰ আদিত্য হাস্পতালৰ সমীপৰ এটা বহু মহলীয়া আৱাসিক ফ্লেট ভয়াবহ সংকটত পৰিছে। বহিঃদেৱালত ডাঙৰ ডাঙৰ ফাট আৰু প্লাষ্টাৰ খহি পৰা দৃশ্য পোহৰলৈ অহাৰ পিছতে অট্টালিকাটোৰ ভৱিষ্যত সম্পৰ্কে উদ্বেগৰ সৃষ্টি হৈছে। অট্টালিকাটোৰ বাহিৰৰ অংশত কেইবাঠাইত ফাট দেখা যোৱাৰ লগতে কিছুমান স্থানত প্লাষ্টাৰ খহি পৰা দেখা গৈছে। বৰ্তমান অট্টালিকাটোত কেইবাটাও পৰিয়াল বসবাস কৰি আছে। এনে পৰিস্থিতিত আৱাসীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ অসম ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱাৰ বাবে এনে ফাট এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। অট্টালিকাটোৰ ফাটসমূহ চিমেণ্টৰ জৰিয়তে ঢকাৰ প্ৰয়াস কৰা হৈছে যদিও অট্টালিকাটো এতিয়া অঞ্চলটোৰ বাবে এক আতংকৰ কাৰণ হৈ পৰিছে। অৱশ্যে এই ফাটসমূহ কেৱল বাহ্যিক প্লাষ্টাৰৰ নে মূল গাঁথনিৰ সৈতে জড়িত, সেই বিষয়ে এতিয়াও কোনো চৰকাৰী বা কাৰিকৰী প্ৰতিবেদন পোহৰলৈ অহা নাই।শিৱসাগৰ পৌৰ সভা আৰু নগৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ কাৰ্যালয়ৰ নিচেই সমীপতে থকা এই অট্টালিকা প্ৰকৃততে বাসপোযোগী হয় নে নহয় তাক লৈ এক প্ৰশ্ন চিন্হৰ উদ্ৰেক কৰিছে। স্থানীয় সচেতন মহলে জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভা আৰু সংশ্লিষ্ট বিভাগক অতি সোনকালে অট্টালিকাটোৰ গাঁথনিগত নিৰাপত্তা পৰীক্ষা (Structural Safety Audit) কৰাই প্ৰকৃত অৱস্থা নিৰূপণ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা কিয় কৰা নাই সেই লৈ গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে। #news #oursivsagar #sivasagar #followersreelsfypシ゚viralシfypシ゚viralシalシ

Sibsagar, Sivasagar | Jul 16, 2026