Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

ওদালগুৰি: জিলা সদৰত IIE ৰ উদ্যোগত উদ্যোগীকৰণৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী

Udalguri, Udalguri | Nov 24, 2025
ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (MSME) উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, গুৱাহাটীৰ উদ্যোগত আজি ২৪ নৱেম্বৰ তাৰিখে ওদালগুৰিত উদ্যোগীকৰণৰ ওপৰত এখন এদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ওদালগুৰিৰ MRSD NGO ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, গুৱাহাটীৰ ইনচাৰ্জ ইনফৰমেচন টেকনোলজি বিষয়া উৎপল বায়নে।

MORE NEWS

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি "শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান" সফলভাৱে অনুষ্ঠিত হয়।

এই অনুষ্ঠানত কলাইগাঁও শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মেধা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতিস্বৰূপে মানপত্ৰ আৰু গছপুলি প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।  অতিথিসকলৰ ভিতৰত বিশেষভাৱে উপস্থিত থাকে, জুমন বৰুৱা (জিলা প্ৰমুখ, এবিভিপি, ওদালগুৰি জিলা), দিগন্ত বৰুৱা (পাৰিষদ, মুদৈবাৰী সমষ্টি), প্ৰিয়ংকা বণিয়া (চক্ৰবিষয়া, কলাইগাঁও ৰাজহ চক্ৰ), কৃষ্ণকান্ত বড়ো (পৌৰপতি, কলাইগাঁও পৌৰসভা), দীপাংকৰ ওজা (বিশিষ্ট সমাজসেৱক), শিশুৰাম ভূঞা (সভাপতি, এবিভিপি কলাইগাঁও শাখা), মনোৰঞ্জন আচাৰ্য (সম্পাদক, এবিভিপি কলাইগাঁও শাখা) আৰু শাখাৰ পূৰ্ব কাৰ্যকৰ্তাসকল।

#ABVP #ABVPAssam #ABVPUdalguri #78thFoundationDay #NationalStudentsDay #Kalaigaon #StudentFelicitation #NationBuilding

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি "শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান" সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানত কলাইগাঁও শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মেধা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতিস্বৰূপে মানপত্ৰ আৰু গছপুলি প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। অতিথিসকলৰ ভিতৰত বিশেষভাৱে উপস্থিত থাকে, জুমন বৰুৱা (জিলা প্ৰমুখ, এবিভিপি, ওদালগুৰি জিলা), দিগন্ত বৰুৱা (পাৰিষদ, মুদৈবাৰী সমষ্টি), প্ৰিয়ংকা বণিয়া (চক্ৰবিষয়া, কলাইগাঁও ৰাজহ চক্ৰ), কৃষ্ণকান্ত বড়ো (পৌৰপতি, কলাইগাঁও পৌৰসভা), দীপাংকৰ ওজা (বিশিষ্ট সমাজসেৱক), শিশুৰাম ভূঞা (সভাপতি, এবিভিপি কলাইগাঁও শাখা), মনোৰঞ্জন আচাৰ্য (সম্পাদক, এবিভিপি কলাইগাঁও শাখা) আৰু শাখাৰ পূৰ্ব কাৰ্যকৰ্তাসকল। #ABVP #ABVPAssam #ABVPUdalguri #78thFoundationDay #NationalStudentsDay #Kalaigaon #StudentFelicitation #NationBuilding

Udalguri, Udalguri | Jul 13, 2026

ওদালগুৰিত চুৰি কাণ্ডত মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে ওদালগুৰি আৰক্ষীয়ে। চুৰিৰ অভিযোগত বিশাল তাঁতী ওৰফে পিস্কো আৰু আবিজা বাগলাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা কাঁহৰ কাহী-বাতি আৰু এটা এনড্ৰইড টেবলেট জব্দ কৰা হয়। তদন্তত চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত হেমন্ত তাঁতী আৰু চাহিদা খাতুনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ৫২/২৬ নম্বৰত BNSৰ ৩০৫(এ), ৩১৭(২) আৰু ৩৩১(৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ওদালগুৰিত চুৰি কাণ্ডত মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে ওদালগুৰি আৰক্ষীয়ে। চুৰিৰ অভিযোগত বিশাল তাঁতী ওৰফে পিস্কো আৰু আবিজা বাগলাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা কাঁহৰ কাহী-বাতি আৰু এটা এনড্ৰইড টেবলেট জব্দ কৰা হয়। তদন্তত চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত হেমন্ত তাঁতী আৰু চাহিদা খাতুনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ৫২/২৬ নম্বৰত BNSৰ ৩০৫(এ), ৩১৭(২) আৰু ৩৩১(৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Udalguri, Udalguri | Jul 13, 2026

দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬ৰ অধীনত ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দুদিনীয়া জিলা প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হৈছে। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ বৰ্গত ২০০ ৰো অধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬ৰ অধীনত ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দুদিনীয়া জিলা প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হৈছে। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ বৰ্গত ২০০ ৰো অধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Udalguri, Udalguri | Jul 11, 2026

◾ অসমীয়া ভাষাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দ্বীপেন বড়োৰ।
◾ অসমীয়া আৰু বড়ো ভাষা অসমত সমানে চলিব—দ্বীপেন বড়ো।
◾ আন ভাষাৰ ওপৰত ক'লা বা সনাটো ভাল কথা নহয় বুলি মন্তব্য।
◾ প্ৰচাৰৰ বাবে কোনো কোনো সংগঠনে এনে কাম কৰাৰ অভিযোগ দ্বীপেন বড়োৰ।

Dipen Boro

◾ অসমীয়া ভাষাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দ্বীপেন বড়োৰ। ◾ অসমীয়া আৰু বড়ো ভাষা অসমত সমানে চলিব—দ্বীপেন বড়ো। ◾ আন ভাষাৰ ওপৰত ক'লা বা সনাটো ভাল কথা নহয় বুলি মন্তব্য। ◾ প্ৰচাৰৰ বাবে কোনো কোনো সংগঠনে এনে কাম কৰাৰ অভিযোগ দ্বীপেন বড়োৰ। Dipen Boro

Udalguri, Udalguri | Jul 11, 2026

মিছ BTC ২০২৬ৰ  প্ৰস্তুতি; ৩০ জুলাইত অনুষ্ঠিত হ'ব গ্ৰেণ্ড ফিনালে

জুনাকী এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ‘মিছ BTC ২০২৬’ প্ৰতিযোগিতাৰ প্ৰস্তুতি। এই প্ৰতিযোগিতাত ৩ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ল'ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখন চাৰিটা বয়সভিত্তিক শ্ৰেণীত অনুষ্ঠিত হ'ব। ইয়াৰ গ্ৰেণ্ড ফিনালে অহা ৩০ জুলাই, ২০২৬ তাৰিখে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব।  Junaki Entertainment-ৰ উদ্যোগত আয়োজন কৰা  অনুষ্ঠানটোৰ পৰিচালনা কৰিব হিৰক ৰাভাই। আয়োজকসকলে অনুষ্ঠানটোৰ বাবে Sponsorship-ৰ আবেদনো আহ্বান জনাইছে। আগ্ৰহী প্ৰতিযোগী বা পৃষ্ঠপোষকসকলে অধিক তথ্য আৰু নামভৰ্তিৰ বাবে ৭৫৭৮৮১৮৭৫৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

মিছ BTC ২০২৬ৰ প্ৰস্তুতি; ৩০ জুলাইত অনুষ্ঠিত হ'ব গ্ৰেণ্ড ফিনালে জুনাকী এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ‘মিছ BTC ২০২৬’ প্ৰতিযোগিতাৰ প্ৰস্তুতি। এই প্ৰতিযোগিতাত ৩ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ল'ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখন চাৰিটা বয়সভিত্তিক শ্ৰেণীত অনুষ্ঠিত হ'ব। ইয়াৰ গ্ৰেণ্ড ফিনালে অহা ৩০ জুলাই, ২০২৬ তাৰিখে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব। Junaki Entertainment-ৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোৰ পৰিচালনা কৰিব হিৰক ৰাভাই। আয়োজকসকলে অনুষ্ঠানটোৰ বাবে Sponsorship-ৰ আবেদনো আহ্বান জনাইছে। আগ্ৰহী প্ৰতিযোগী বা পৃষ্ঠপোষকসকলে অধিক তথ্য আৰু নামভৰ্তিৰ বাবে ৭৫৭৮৮১৮৭৫৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Udalguri, Udalguri | Jul 11, 2026

ওদালগুৰি: জিলা সদৰত IIE ৰ উদ্যোগত উদ্যোগীকৰণৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী - Udalguri News