Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

ওদালগুৰি: ৰৌতাত IIE ৰ উদ্যোগত উদ্যোগীকৰণৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী

Udalguri, Udalguri | Nov 25, 2025
ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (MSME) উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, গুৱাহাটীৰ উদ্যোগত আজি ২৫ নৱেম্বৰ তাৰিখে ৰৌতাত উদ্যোগীকৰণৰ ওপৰত এখন এদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ৰৌতাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, গুৱাহাটীৰ ইনচাৰ্জ ইনফৰমেচন টেকনোলজি বিষয়া উৎপল বায়নে অংশগ্ৰহণ কৰে।
ওদালগুৰি: ৰৌতাত IIE ৰ উদ্যোগত উদ্যোগীকৰণৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী - Udalguri News