Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ওদালগুৰি: ওৰাং চাহ বাগিছাৰ যুবক মাজবাটত পৰা নিৰুদ্দেশ,ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল

Udalguri, Udalguri | Nov 19, 2025
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ ওৰাং চাহ বাগিছাৰ এজন যুবক ১৮ নবেম্বৰৰ পৰা নিৰুদ্দেশ হৈছে ৷ওৰাং চাহ বাগিছাৰ ভাৰত তাতীঁৰ পুত্ৰ ৰাজ তাতী ১৮নবেম্বৰৰ নিশা ১২মান বজাত মাজবাটৰ পৰাই সন্ধান হীন হৈছে। যুবক গৰাকী কিছু মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে ৷ এই যুবক জনৰ কিবা সম্ভেদ পালে +91 97070 65978 এই নম্বৰত জনাবলৈ মাতৃয়ে আহ্বান জনাইছে ।

MORE NEWS

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা।

Rihon Daimari

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ  ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

Udalguri, Udalguri | Jun 22, 2026

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে।  

Rihon Daimari

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026