Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
binitjha_2
হেলেম: বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা গহপুৰৰ নলবাৰী-সোণাপুৰ সংযোগী দলং খন পৰিদৰ্শন বিধায়ক উৎপল বৰা আৰু বিভাগীয় বিষয়াসকলৰ
Helem, Biswanath
| Aug 3, 2026
MORE NEWS
LPG গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ১৬ আগষ্টৰ ভিতৰত KYC নকৰিলে আপুনি নাপাব গেছৰ চিলিণ্ডাৰ। !!!! SHARE কৰক যাতে সকলোৱে গম পায়!!!! #public #friends #highlights #news #viral #reels #everyone #facebook #biswnath #Gohpur #barta24x7 #gass
Helem, Biswanath | Aug 3, 2026
গহপুৰ সমজিলাৰ অন্য এখন পাহাৰীয়া খৰস্ৰোতা নৈ সোলেঙীয়ে সোমবাৰে পুৱতি নিশাই বিধ্বংসী ৰূপ ধাৰণ কৰা ফলত বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে। এসময়ত গহপুৰৰ চকুপানী স্বৰূপ হৈ পৰা সোলেঙী নৈয়ে বুধবাৰে পুৱতি নিশা ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এন চি সোণাপুৰ সংযোগী পথত থকা পকী দলঙৰ পুৱ দিশৰ বৃহৎ অংশ এটা খহাই নি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে। এন চি সোনাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোনাপুৰ, সোনাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে সোলেঙী, ব্ৰহ্মপুৰকে ধৰি প্ৰায় ২০/৩০খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথটোৰ বৃহৎ অংশ চিগাৰ ফলত উপৰোক্ত অঞ্চল সমূহৰ ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ নিৰ্মাণত জড়িত ঠিকাদাৰৰ লগতে অভিযন্তাৰ চুড়ান্ত হেমাহী আৰু গাফিলটিৰৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল। সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ পুৱ দিশৰ অংশ চিগি যোৱাত বিশেষকৈ সোমবাৰৰ দিনটোত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰিলে। সদাব্যস্ত পথটোৰ অংশটো সোলেঙী নৈয়ে চিঙি পেলোৱাৰ বাবে এতিয়া উপৰোক্ত অঞ্চলৰ ৰাইজে নতুন সোণাপুৰ হৈ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ৰাজগড় আলি নতুবা টিঙালিবড়ি, ৰজাবাৰী হৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে গহপুৰৰ লগতে চিকিৎসালয়, স্কুল কলেজলৈ যাতায়াত কৰিব পাৰিব।গহপুৰ সমজিলাৰ অন্য এখন পাহাৰীয়া খৰস্ৰোতা নৈ সোলেঙীয়ে সোমবাৰে পুৱতি নিশাই বিধ্বংসী ৰূপ ধাৰণ কৰা ফলত বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে। এসময়ত গহপুৰৰ চকুপানী স্বৰূপ হৈ পৰা সোলেঙী নৈয়ে বুধবাৰে পুৱতি নিশা ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এন চি সোণাপুৰ সংযোগী পথত থকা পকী দলঙৰ পুৱ দিশৰ বৃহৎ অংশ এটা খহাই নি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে। এন চি সোনাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোনাপুৰ, সোনাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে সোলেঙী, ব্ৰহ্মপুৰকে ধৰি প্ৰায় ২০/৩০খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথটোৰ বৃহৎ অংশ চিগাৰ ফলত উপৰোক্ত অঞ্চল সমূহৰ ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ নিৰ্মাণত জড়িত ঠিকাদাৰৰ লগতে অভিযন্তাৰ চুড়ান্ত হেমাহী আৰু গাফিলটিৰৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল। সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ পুৱ দিশৰ অংশ চিগি যোৱাত বিশেষকৈ সোমবাৰৰ দিনটোত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰিলে। সদাব্যস্ত পথটোৰ অংশটো সোলেঙী নৈয়ে চিঙি পেলোৱাৰ বাবে এতিয়া উপৰোক্ত অঞ্চলৰ ৰাইজে নতুন সোণাপুৰ হৈ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ৰাজগড় আলি নতুবা টিঙালিবড়ি, ৰজাবাৰী হৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে গহপুৰৰ লগতে চিকিৎসালয়, স্কুল কলেজলৈ যাতায়াত কৰিব পাৰিব। #public #friends #highlights #news #viral #reels #everyone #facebook #Gohpur
Helem, Biswanath | Aug 3, 2026
শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ বানাক্ৰান্তৰ মাজত কিছু সকাহ দিয়াৰ প্ৰয়াস। #public #friends #highlights #news #viral #reels #highlights #everyone #facebook #Gohpur
Helem, Biswanath | Aug 3, 2026
Helem, Biswanath | Aug 2, 2026
কোনোবাই এটা হাৰমনিয়াম কিনি দিব নেকি এই কণমাণিক??? #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Aug 1, 2026