Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: হজুৱাত মলোচৰণ ব্ৰহ্ম ককলাবাৰী আদৰ্শ চিকিৎসালয় উদ্বোধন স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ

Baska, Baksa | Aug 16, 2025
বাক্সা জিলাৰ হজুৱাত আজি মলোচৰণ ব্ৰহ্ম ককলাবাৰী আদৰ্শ চিকিৎসালয় আনুষ্ঠানিকভাৱে ৰঙাফিটা কাটি উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী অশোক সিংহলে।তেওঁ আজি চিকিৎসালয়খন উদ্বোধন কৰি আনন্দিত হয়। মন্ত্রী অশোক সিংহলৰ লগত আজি মন্ত্রী ইউজি ব্ৰহ্ম, বিটিআৰৰ পাৰিষদ মণ্টু বড়ো আদি উপস্থিত থাকে।

MORE NEWS