Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

নলবাৰী: চহৰত জিলা আয়ুক্তৰ উপস্থিতিত পি.এম. শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়,নলবাৰীৰ বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ বৈঠক

Nalbari, Nalbari | Nov 27, 2025
জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত পি. এম. শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়, নলবাৰীৰ বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত একাডেমিক অগ্ৰগতি, পূৰ্ণগঠন উন্নয়ন আৰু শিক্ষন পৰিৱেশ উন্নত কৰাৰ বাবে কৌশলসমূহৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

MORE NEWS

নলবাৰী: চহৰত জিলা আয়ুক্তৰ উপস্থিতিত পি.এম. শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়,নলবাৰীৰ বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ বৈঠক - Nalbari News