সোণাৰি: বৰহাটত বিজেপিৰ বুথ বাহিনীৰ আহ্বায়িকাৰ লগতে মহিলা কাৰ্যকৰ্তাৰ লগত মতবিনিময় কৰে জিলা মহিলা মৰ্চাৰ সভানেত্ৰীয়ে
দেওবাৰে ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা মহিলা মৰ্চাৰ অন্তৰ্গত সোণাৰি সমষ্টিৰ বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈৰ সভাপতিত্ব বৰহাট মণ্ডলৰ সোণালী পঞ্চায়তৰ বিভিন্ন বুথৰ বুথ বাহিনীৰ আহ্বায়িকাৰ লগতে মহিলা কাৰ্যকৰ্তা সকলৰ লগত মতবিনিময় কৰে চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰীয়ে ।