সোণাৰি: বিমলাপুৰ চাহ বাগিচাত বিজেপিৰ যোগদান সভা, উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
বিমলাপুৰ চাহ বাগিচাত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ যোগদান কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈ, APGCLৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, বিজেপি দলৰ বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰৱী গগৈৰ লগতে বহুকেইগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷