সোণাৰি: সোণাৰিত চৰাইদেউ জিলাৰ যুৱ সম্মিলনত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ প্ৰতিক্ৰীয়া লোকসভা নিৰ্বাচন সম্পৰ্কে
সোণাৰিস্থিত ভাৰতীয় জনতা পাৰ্তী চৰাইদেউ জিলাৰ মুখ্য কাৰ্য্যালয়ত চৰাইদেউ জিলাৰ যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সম্মিলনখনত উপস্থিত থাকি আজি ভাৰতীয় জনতা যুৱ মৰ্চা, চৰাইদেউ জিলাৰ যুৱ সম্মিলন খনিত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সমাগত লোকসভা নিৰ্বাচনৰ সম্পৰ্কে যোৰহাট লোক সভা সমষ্টিৰ তপন কুমাৰ গগৈ জয়ী সম্পৰ্কে প্ৰতিক্ৰীয়া ব্যক্ত ৷