Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

নলবাৰী: চহৰত গৃহৰক্ষী বাহিনীৰ জোৱানৰ সংবাদমেল,গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ আৰু ৫ হেজাৰ গৃহৰক্ষীৰ প্ৰশিক্ষণ বন্ধৰ দাবী

Nalbari, Nalbari | Nov 28, 2025
নলবাৰীত গৃহৰক্ষী বাহিনীৰ জোৱানৰ সংবাদমেল,গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ আৰু ৫ হেজাৰ গৃহৰক্ষীৰ প্ৰশিক্ষণ বন্ধৰ দাবী ।আজি নলবাৰী প্ৰেছ ক্লাৱত সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ নলবাৰী জিলাৰ উদ্যোগত সংবাদমেল সম্বোধন। নতুনকৈ পাঁচ হেজাৰ যুৱক যুৱতীক প্ৰশিক্ষণ বন্ধৰ দাৱী তোলে । গৃহৰক্ষী জোৱান সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীকে ধৰি অসম গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি গৃহ বিভাগৰ বিষয়া আমোলাক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে
নলবাৰী: চহৰত গৃহৰক্ষী বাহিনীৰ জোৱানৰ সংবাদমেল,গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ আৰু ৫ হেজাৰ গৃহৰক্ষীৰ প্ৰশিক্ষণ বন্ধৰ দাবী - Nalbari News