Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

নলবাৰী: চহৰত নাট্য মন্দিৰ, নলবাৰীৰ নৱ গঠিত পৰিচালনা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

Nalbari, Nalbari | Nov 28, 2025
আজি নাট্য মন্দিৰ, নলবাৰীৰ নৱ গঠিত পৰিচালনা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ শুভ্ৰকিঙ্কৰ গোস্বামী সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত পৰিচালনা সমিতিৰ সমূহ সদস্যই ঐতিহ্যমণ্ডিত নাট্য মন্দিৰৰ মান মৰ্য্যদা তথা গুণ গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে সদায় কাম কৰি যোৱাৰ প্ৰতিজ্ঞাবদ্ধ হয়।
নলবাৰী: চহৰত নাট্য মন্দিৰ, নলবাৰীৰ নৱ গঠিত পৰিচালনা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা - Nalbari News