“আপৰ কাম নাই, মোৰ ওপৰতহে নজৰ!” — ৰেখা গুপ্তা
ৰাম-ৰাৱণক লৈ ভাইৰেল হোৱা ভিডিঅ’ক লৈ আপ আৰু কংগ্ৰেছক কটাক্ষ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ।
তেওঁৰ মন্তব্য, দিল্লীত তেওঁ কেনেকৈ থাকে, কি পিন্ধে তাৰ পৰিৱৰ্তে চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰোধীয়ে গুৰুত্ব দিয়া উচিত।
Assam, India | Oct 15, 2026