Public App Logo
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh

নগাঁও: ৰূপহীহাটৰ ঔঅনাত উত্তপ্ত পৰিস্থিতি,বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু, ৰাইজে ভাঙি লণ্ড ভণ্ড কৰিলে বাহন

Nagaon, Nagaon | Sep 11, 2025
ৰূপহীহাটৰ ঔঅনাত উত্তপ্ত পৰিস্থিতি। বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু, ৰাইজে ভাঙি লণ্ড ভণ্ড কৰিলে বাহন। AS01AR0987 নম্বৰৰ বাহনেৰে চোৰাং গৰু কঢ়িয়াই নিয়াৰ সময়ত বেয়া হৈ পৰাত বাহন এৰি পলায়ণ কৰে চোৰৰ দলটিয়ে, চোৰাং গৰু উদ্ধাৰ হোৱা বাহনৰ চালক ফৰিদুল বুলি চিনিব পাৰে ৰাইজে। গাড়ীৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে দুটাকৈ গৰু, ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত ঔঅনাত।

MORE NEWS