Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
binitjha_2
2
হেলেম: গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ চোৰাং কাঠ জব্দ সম্পৰ্কত বন বিভাগৰ মন্তব্য
Helem, Biswanath
| Apr 29, 2026
MORE NEWS
গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আকৌ পথ দুৰ্ঘটনা ।গুৰুত্বৰ ভাৱে আহত এজন মটৰ চাইকেল আৰোহী। #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7
Helem, Biswanath | Jul 28, 2026
গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ অৱস্থান ধৰ৩। BTR চুক্তি পুনৰ নিৰীক্ষণৰ দাবীত এই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। 125 বিল ৰূপায়ন কৰা, BTR ৰ বাহিৰত থকা বড়ো জনগোষ্ঠী অধ্যুক্ষিত গাঁও সমুহ BTR পৰিষদত অন্তৰ্ভুক্ত কৰা, জনজাতীয় জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক Schoolership প্ৰদান কৰা, ৰাজ্যৰ বাহিৰৰ বড়ো জনগোষ্ঠী লোক সকলক জনজাতি (H) ৰ মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীত বিশ্বনাথ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সমিতিৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বি টি আৰ চুক্তি পুনৰীক্ষণ কৰাৰ লগতে ওপৰোক্ত দাবী সমুহ ৰূপায়ন কৰাৰ বাবে আহ্বান জনায় অন্যথা অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে। #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 27, 2026
তিনি দিনীৰ পাছত উদ্বাৰ হল বুৰৈ নৈত নিখোঁজ হোৱা শিৱ দাসৰ মৃতদেহ। NDRF আৰু SDRF বাহিনীৰ যুটীয়া অভিযানত কুৰুৱা পথাৰ সমিপৰ বুৰৈ নৈত উদ্বাৰ মৃতদেহ। গহপুৰৰ হেলেমৰ বুৰৈ নৈত শনিবাৰে গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল শিৱ দাসৰ।শনিবাৰৰ পৰা SDRF বাহিনীয়ে অভিযান চলাইছিল যদিও উদ্বাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মৃতদেহ। তিনি দিনৰ পাছত আজি NDRF আৰু SDRF বাহিনীয়ে উদ্বাৰ কৰিবলৈ সক্ষম হৈছে শিৱ দাসৰ নিথৰ দেহ। শিৱ দাসৰ মৃত্যুত সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7
Helem, Biswanath | Jul 27, 2026
আজি তৃতীয় দিনাও উদ্বাৰ হোৱা নাই বুৰৈ নৈত নিখোঁজ হোৱা শিৱ দাসৰ মৃতদেহ। NDRF আৰু SDRF বাহিনীয়ে যুটীয়া ভাৱে চলাই আছে অভিযান। গহপুৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল শিৱ দাস নামৰ এজন যুৱকৰ। শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। শনিবাৰৰ পৰা বৰ্তমানলৈকে উদ্বাৰ কৰিব নোৱাৰিলে SDRF বাহিনীয়ে। সোমবাৰে পুনৰ SDRF আৰু NDRF বাহিনীয়ে একেলগে চলি আছে উদ্বাৰ অভিযান। দুদিন উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ মৃতদেহ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 27, 2026
@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ। @ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। @ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান। @ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। @ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ অভিযান। @ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf
Helem, Biswanath | Jul 26, 2026