মাহমৰা: মাহমৰাৰ বৰডবা পঞ্চায়তত বিজেপি যুৱ মৰ্চাৰ মৰাণ নগৰ মণ্ডলৰ সভাপতিৰ নেতৃত্বত গাঁও চলো কাৰ্যসূচী ৰূপায়ণ
মাহমৰা সমষ্টিৰ বৰডবা পঞ্চায়তৰ ১১নং বুথত আজি সন্ধিয়া বিজেপি দলৰ গাঁও চলো কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিজেপি যুৱ মৰ্চাৰ মৰাণ নগৰ মণ্ডলৰ নেতৃত্বত ৰূপায়ণ কৰা এই কাৰ্যসূচীত মণ্ডলৰ সভাপতি শুভংকৰ ৰাহুল দত্তৰ লগতে আন আন বিষয়ববীয়া উপস্থিত থাকে।