Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
No video available

মাহমৰা: মাহমৰাৰ দেওঘৰীয়া মিচিং গাঁৱত উলহ-মালহেৰে আলি-আঃয়ে-লৃগাং উদযাপন, শতাধিক লোকৰ অংশগ্ৰহণ

Mahmora, Charaideo | Feb 14, 2024
ফাগুন মাহৰ প্ৰথমটো বুধবাৰ উপলক্ষে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত দেওঘৰীয়া মিচিং গাঁৱতো আজি প্ৰতিবছৰৰ দৰে আয়োজন কৰা হয় আলি আঃয়ে লৃগাং ৷ জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙক লৈ গাঁৱখনত পৰিলক্ষিত হয় ব্যাপক উৎসাহ-উদ্দীপনা ৷ গাঁৱৰ ৰাজহুৱা স্থানত মৰুং ঘৰ সাজি গাঁৱবাসীয়ে পৰম্পৰাগতভাৱে শস্য সিঁচাৰ লগতে গুমৰাং নৃত্যৰে উদযাপন কৰে এই উৎসৱ পালন কৰে ৷ গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰে লৃগাঙৰ আনন্দ-উৎসৱত ৷