Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
No video available

মাহমৰা: ৰামনগৰত মিচিং জনগোষ্ঠীৰ লোকৰ ঘৰে ঘৰে গৈ আলি-আ:য়ে-লিগাঙৰ শুভেচ্ছা জনালে কংগ্ৰেছৰ ৰাজ্যিক সা: সম্পাদক সুৰুজ দিহিঙীয়াই

Mahmora, Charaideo | Feb 14, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ৰামনগৰত আজি সন্ধিয়া মিচিং জনগোষ্ঠীৰ দলীয় কৰ্মীসকলৰ ঘৰে ঘৰে গৈ জনগোষ্ঠীটোৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে-লিগাঙৰ শুভেচ্ছা জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াই ৷ এই সময়ছোৱাত কংগ্ৰেছৰ ৰাজ্যিক নেতাগৰাকীৰ লগতে চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈসহ বহুকেইগৰাকী দলীয় সতীৰ্থ উপস্থিত থাকে ৷

MORE NEWS