Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
अपराध
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
भाजपा
Accident
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Dm
Up
Rajasthan
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
boramummi
শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ
Nagaon, Nagaon
| Nov 24, 2026
MORE NEWS
📌 পূৰ্বৰে পৰা বিবাহিত এজন মুছলমান ব্যক্তিৰ বিৰুদ্ধে এগৰাকী অসমীয়া মহিলাক পলুৱাই নিয়াৰ অভিযোগ। 📌 ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চৰ্চা। #AssamNews #NewsUpdate #Assam #BreakingNews #ViralNews #NewsFeed
Nagaon, Nagaon | Nov 24, 2026
🚨 ভয়ংকৰ কাণ্ড! চলন্ত ৰে'লৰ ভিতৰতে মহিলাৰ ওপৰত জঁপিয়াই পৰিল ৰে'ল আৰক্ষী! 📌 বহা ছীটক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা। 📌 তাৰ পিছতে এগৰাকী মহিলাৰ সৈতে ৰে'ল আৰক্ষীৰ এনে আচৰণক লৈ সৃষ্টি হৈছে চাঞ্চল্য। উত্তৰ প্ৰদেশৰ নাজিবাবাদত এলাহাবাদ অভিমুখী জননায়ক এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা। চলন্ত ৰে'লত ৰে'ল আৰক্ষীৰ এনে আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। #UttarPradesh #RailwayPolice #JanNayakExpress #ViralVideo #AssamNews #BreakingNews
Nagaon, Nagaon | Nov 24, 2026
ওড়িশাত মহিলাৰ নিৰাপত্তাক লৈ পুনৰ উত্থাপন হৈছে গুৰুতৰ প্ৰশ্ন। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভিডিঅ’টোক কেন্দ্ৰ কৰি ৰাজ্যখনত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সন্দৰ্ভত আৰম্ভ হৈছে ব্যাপক চৰ্চা। মহিলাৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰ মাজতে এনে ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক। #Odisha #WomenSafety #WomenSecurity #OdishaNews #ViralVideo #WomenRights #CrimeNews #IndiaNews #BreakingNews #AssamNews #NewsUpdate
Nagaon, Nagaon | Nov 24, 2026
📌 জুবিনক্ষেত্ৰত বৰ্তমান সংৰক্ষণ কৰিব নোৱাৰিব জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ বাহনখন। 📌 জুবিন গাৰ্গৰ পৰিয়ালক মাহিলী আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিছিল চৰকাৰে। 📌 কিন্তু চৰকাৰৰ এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে গৰিমা গাৰ্গে। 📌 জুবিন গাৰ্গৰ পৰিয়ালে গ্ৰহণ কৰা সিদ্ধান্তক সকলোৱে সন্মান জনোৱা উচিত — মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। #ZubeenGarg #JusticeForZubeenGarg #Assam #AssamCM #HimantaBiswaSarma #AssameseNews #AssameseReels #NewsUpdate
Nagaon, Nagaon | Nov 24, 2026
🔴 ডিব্ৰুগড়ৰ লেজাই দেৱানবাৰীত ধাননি পথাৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত কেইবাজনো লোক। বাঘৰ সৈতে এনেদৰে মুখামুখি হোৱাৰ পিছতহে বুজিব পাৰি বিপদ কাক কয়! #Dibrugarh #LezaiDewanbari #LeopardAttack #AssamNews #NewsAssam #ViralVideo #Assam
Nagaon, Nagaon | Nov 24, 2026
🔴 ডিব্ৰুগড়ৰ লেজাই দেৱানবাৰীত ধাননি পথাৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত কেইবাজনো লোক। বাঘৰ সৈতে এনেদৰে মুখামুখি হোৱাৰ পিছতহে বুজিব পাৰি বিপদ কাক কয়! ইয়াকে কয় নেকি— বাঘৰ নেজেৰে কাণ খজুৱা! 😳 #Dibrugarh #LezaiDewanbari #LeopardAttack #AssamNews #NewsAssam #ViralVideo #Assam
Nagaon, Nagaon | Nov 24, 2026
❤️ অনলাইন চুমাৰ প্ৰেমত বলিয়া কলকাতাৰ গুপ্তাজী! 🔴 প্ৰেয়সীক বিচাৰি সুদূৰ কলকাতাৰ পৰা পালেহি নগাঁৱৰ জাজৰী হীৰাগাঁও। 🔴 এটি সন্তানৰ মাতৃৰ প্ৰেমত পৰিল কলকাতাৰ কৃষান কুমাৰ গুপ্তা। 🔴 মোবাইলৰ চিনাকিৰ পৰা বন্ধুত্ব, বন্ধুত্বৰ পৰা প্ৰেম! মাত্ৰ এমাহৰ অনলাইন প্ৰেমে কিদৰে টানি আনিলে গুপ্তাজীক অসমলৈ? 👉 শুনকচোন কৃষান কুমাৰ গুপ্তা আৰু চুমী হীৰাৰ এই ৰসাল প্ৰেম কাহিনী... #ViralPost #ViralReels #ViralVideo #AssamNews #Nagaon #Jajari #Hiragaon #Assam #Kolkata #Guwahati #NewsUpdate
Nagaon, Nagaon | Nov 24, 2026
ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা! এটা ছাগলীক বচাবলৈ গৈ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ছাগলীটোক বচাবলৈ চেষ্টা কৰাৰ সময়তে এখন বাহনক আন এখন বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। সমগ্ৰ ঘটনা বন্দী হ’ল CCTV কেমেৰাত। চাওক দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য। #Doboka #Assam #Nagaon #AssamNews #RoadAccident #CCTVFootage #BreakingNews
Nagaon, Nagaon | Nov 23, 2026