Public App Logo
Jansamasya
Heatwave
News
Bjp
National
Police
Bihar
कांग्रेस
मौत
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी
Crimenews

ওদালগুৰি: ওদালগুৰি বিজেপিৰ কাৰ্যালয়ত ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক সভাত এমচিএলএ অৰ্জুন দৈমাৰী

Udalguri, Udalguri | Nov 27, 2025
ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত বিশেষ সাংগঠনিক সভা। ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি বিকণ চন্দ্ৰ ডেকা, জিলাৰ প্রভাৰী ধীৰেন্দ্ৰনাথ ডেকা পাৰিষদৰ খালিং দুৱাৰ সমষ্টিৰ এচিএলএ অৰ্জুন দৈমাৰী ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য সকল,জিলাৰ সম্পাদকদ্বয় অজয় কুমাৰ হাজৰিকা জৌস্বাং বড়ো,নীলিমা ব্ৰহ্ম আদি কৰি আটাইকেইটা মণ্ডলৰ সভাপতি তথা জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজিৰ এই সভাত বিভিন্ন দিশত বিশদ ভাবে আলোচনা কৰা হয়।