Public App Logo
Jansamasya
Railway
Bsf
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
Lakhimpurkheri
���त्नी
No video available

মাহমৰা: দিল্লীৰ পৰা আহি গৃহ সমষ্টিত প্ৰৱেশ কৰা সাংসদ তপন কুমাৰ গগৈক মৰাণহাটত উষ্ম আদৰণি দলীয় নেতা-কৰ্মীৰ

Mahmora, Charaideo | Mar 7, 2024
প্ৰাৰ্থীত্ব লাভৰ পাছতে দিল্লীৰ পৰা প্ৰথমবাৰৰ বাবে নিজৰ গৃহ সমষ্টিলৈ অহা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক আজি চৰাইদেউ জিলাৰ মৰাণহাটত শ্ৰীসিদ্ধি হনুমান মন্দিৰৰ সমূখত উষ্ম আদৰণি জনাই মাহমৰা সমষ্টিৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ দলীয় নেতা-কৰ্মীসকলে ৷ আদৰণি অনুষ্ঠানত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মহিলা মৰ্চা, যুৱ মৰ্চা, কৃষক মৰ্চাকে ধৰি বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তাসকলে আদৰণি জনায়।

MORE NEWS