Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Thodadhyanse
No video available

মাহমৰা: মাহমৰাৰ পাটসাঁকোত ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ চৌপাল কাৰ্যসূচী, উপস্থিত জিলা আৰু ৰাজ্যিক সমিতিৰ বিষয়ববীয়া

Mahmora, Charaideo | Mar 6, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজ খালৈঘোগুৰা পঞ্চায়তৰ অন্তৰ্গত পাটসাঁকোত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত যুৱ সংযোগ তথা যুৱ চৌপাল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সীমান্ত গগৈ, মাহমৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি ক্ষীৰোদ লাহনকে ধৰি জিলা আৰু মাহমৰা মণ্ডল সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

MORE NEWS