দক্ষিণ শালমাৰা: গজিৰীয়াত দুদিনীয়া কৈ অখণ্ড নাম যজ্ঞ অনুষ্ঠান আৰম্ভ হয়
বুধবাৰে আবেলি ৫ বজাৰ পৰা গজিৰীয়াত দুদিনীয়া কৈ অখণ্ড নাম যজ্ঞ অনুষ্ঠান আৰম্ভ হয়। প্ৰায় পাঁচ খন গাওঁৰ ৰাইজ মিলি আৰু বৈষ্ণৱ ভক্ত সকলে আয়োজন কৰিছে অখণ্ড নাম যজ্ঞ অনুষ্ঠান। বিভিন্ন প্ৰান্তৰ পৰা নাম দল কৃত্ত্ন দল অংশ গ্ৰহণ কৰিছে এই অনুষ্ঠানত। উক্ত অনুষ্ঠানত বৈষ্ণব ভক্ত উপস্থিত হৈছে আৰু হৰি নাম শ্ৰৱণ কৰিছে আৰু হৰি নামেৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ।