Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Accident
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

♦️ধোদৰ আলিৰ বজাৰ স্থানান্তৰ: সুচল হ’ব যাতায়ত, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সিদ্ধান্তক আদৰণি স্থানীয় ৰাইজৰ ♦️অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান: নাফুক চাহ বাগিচাৰ সমীপলৈ স্থানান্তৰ হ’ব ধোদৰ আলিৰ বজাৰ ♦️ধোদৰ আলিৰ যান-জঁটৰ পৰা মুক্তি! নাফুকত বহা সাপ্তাহিক বজাৰ স্থানান্তৰৰ ঐতিহাসিক পদক্ষেপ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ✅️✅️

Sonari, Charaideo | Jun 26, 2026

MORE NEWS

♦️​"সুদক্ষ খেলুৱৈ দেশৰ সম্পদ"— নাফুকত ফুটবল খেল উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
⚽️​নিছাৰ বিৰুদ্ধে ক্ৰীড়াৰ সজাগতা! নাফুকত চৰাইদেউ জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ।
⚽️​নাফুক চাহ বাগিচাত প্ৰীতি ফুটবল প্ৰতিযোগিতা; ক্ৰীড়াৰে নিছা মুক্ত সমাজ গঢ়াৰ আহ্বান বিধায়কৰ।

♦️​"সুদক্ষ খেলুৱৈ দেশৰ সম্পদ"— নাফুকত ফুটবল খেল উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ⚽️​নিছাৰ বিৰুদ্ধে ক্ৰীড়াৰ সজাগতা! নাফুকত চৰাইদেউ জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ। ⚽️​নাফুক চাহ বাগিচাত প্ৰীতি ফুটবল প্ৰতিযোগিতা; ক্ৰীড়াৰে নিছা মুক্ত সমাজ গঢ়াৰ আহ্বান বিধায়কৰ।

Sonari, Charaideo | Jun 25, 2026

♦️ছুটিৰ পিছতো ঘৰলৈ নোলাল ঈশ্বৰ মূণ্ডা: নামতোলা চাহ বাগিচাত শ্ৰমিকৰ মৃ/ত্যু, উত্তপ্ত পৰিস্থিতি-কৰ্মবিৰতি পালন। 
♦️কৰ্মৰত শ্ৰমিকৰ ৰহস্যজনক মৃ/ত্যু: চৰাইদেউৰ নামতোলা বাগিচাত শ-শ শ্ৰমিকৰ উত্তাল প্ৰ/তি/বা/দ, কৰ্মবিৰতি

♦️ছুটিৰ পিছতো ঘৰলৈ নোলাল ঈশ্বৰ মূণ্ডা: নামতোলা চাহ বাগিচাত শ্ৰমিকৰ মৃ/ত্যু, উত্তপ্ত পৰিস্থিতি-কৰ্মবিৰতি পালন। ♦️কৰ্মৰত শ্ৰমিকৰ ৰহস্যজনক মৃ/ত্যু: চৰাইদেউৰ নামতোলা বাগিচাত শ-শ শ্ৰমিকৰ উত্তাল প্ৰ/তি/বা/দ, কৰ্মবিৰতি

Sonari, Charaideo | Jun 24, 2026

লাকুৱা তাপ বিদ্যুত কেন্দ্ৰত কৰ্তৃপক্ষৰ নিৰৱতাত ক্ষুব্ধ শ্ৰমিক।
প্ৰাপ্য অধিকাৰৰ বাবে অনশন কাৰ্যসূচী! লাকুৱাত শ্ৰমিকৰ আমৰণ অনশন 
দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে শ্ৰমিকৰ জংগী আন্দোলন, লাকুৱাত অনশন কাৰ্যসূচী

লাকুৱা তাপ বিদ্যুত কেন্দ্ৰত কৰ্তৃপক্ষৰ নিৰৱতাত ক্ষুব্ধ শ্ৰমিক। প্ৰাপ্য অধিকাৰৰ বাবে অনশন কাৰ্যসূচী! লাকুৱাত শ্ৰমিকৰ আমৰণ অনশন দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে শ্ৰমিকৰ জংগী আন্দোলন, লাকুৱাত অনশন কাৰ্যসূচী

Sonari, Charaideo | Jun 24, 2026