বিজেপি ৰংপুৰ মণ্ডলৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি,"পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান-২০২৬" কাৰ্যসূচী ।
উপস্থিত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়া , ৰাজ্যিক উপ-সভাপতি তপন কুমাৰ গগৈ আৰু ৰাজ্যিক বিজেপিৰ সম্পাদক শ্রী লক্ষ্মীনাথ তাছাকে আদি কৰি মণ্ডলৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকলৰ লগতে উপস্থিত শিৱসাগৰ জিলা বিজেপিৰ উপ সভানেত্ৰী দিপিকা কাকতি দুৱৰী ।
#highlightseveryone #highlights #followerseveryone